Target Baduruddin Ajmal_ধুবুৰী লোকসভা সমষ্টিৰ নিৰ্দ্দলীয় প্ৰাৰ্থী SUKUR ALI- পাটাকাটাত কি কলে চাওঁক

151 views

হয় এওঁ ৪ নং ধুবুৰী লোকসভাৰ নিৰ্দলীয় প্ৰাথী ৷
এওঁক চাই হাহি থকাবোৰক কৈছো ৷ মোক ভাল লাগিছে ৷ এজন কম বয়সীয়াল জন প্ৰতিনীধী হয় আগবাঢ়ি আহিছে ৷ হাঁহি মৰাতকে সাহস দিয়াটো বেছি ভাল হব ৷ মই জানো এওঁৰ সাংসদৰ যোগ্যতা নাই ৷কিন্ত ৰাইজৰ সমস্যাবোৰ বুজি পাইছে আজিলৈকে কনো নেতায়ে বুজি পোৱা নাই ৷ আৰু এওঁযে ৰাইজৰ মাজলৈ আহিছে ধন্যবাদ জনাইছো ৷ আৰু এটা কথা মন কৰিবলগীয়া যে -এফালে কনো নেতাইয়ে ধুবুৰীৰ কথা চিন্তা নকৰি যদি টোপনি মাৰিছে আনফালে এওঁৱে ধুবুৰীৰ কথা চিন্তা কৰি গোটেই ৰাতি টোপনি মাৰিব পাৰা নাই ৷ শুকুৰ আলী ভাই তোমাক নিৰ্বাচনী শুভেচ্ছা আৰু সংগ্ৰামী অভিনদদন থাকিল ৷
MIYA BHAI ON MP BANEGA || DHUBRI PARLIAMENTARY CONSTITUENCY

Visit My New Youtube Channel:- https://www.youtube.com/channel/UCX8O0oPY3_w0tGJh-7AyFXA

SUBSCRIBE OUR CHANNEL #ruhul360
#ruhuemvlog
For more Update & Upload Your Video

Send this Email- ruhulamin37400@gmail.com

recod Your stage Show and Send Our Oficial Email box

PLEASE KEEP WATCHING OUR CHANNEL.

In this channel you will get new Assamese video 2018, Assamese Breaking News, Assamese Mysterious Video, Tech news in assamese,Bangla, Untold History of India and Assam, Secret truth of India and Assam and Many More.

Please Like, Share and Subscribe..

You may also like

News politics Video

Films animation Video