অৰাজকতা চলি আছে Driving License পোৱালৈ_দেশৰ বিপৰ্যস্ত অৰ্থনীতি সময়তপৰিবহন বিভাগে অৰাজকতা সৃষ্টি হৈছে

364 views

Driving License পোৱা একেবাৰে সহজ।দেশৰ বিপৰ্যস্ত অৰ্থনীতি সময়ত পৰিবহন বিভাগে অৰাজকতা সৃষ্টি কৰি আছে। লাৰ্ণাৰ লাইচেঞ্চৰ বাবে চাৰ্চ ইঞ্জিন ত DTO FORM বিচাৰি 1 আৰু ২ নম্বৰ ফৰ্ম ডাউন লোড কৰি প্ৰয়োজনীয় তথ্য সহ অনলাইন আবেদন কৰক। তাতেই ইন্টাৰভিও ৰ তাৰিখ পাব। তাৰ পৰা দিয়া ৰিচিভ সহ হাৰ্ড কপি লৈ ডিটিঅ ৰ কাৰ্যালয়ত যাব। 15 দিন সময়সীমা দিয়া থাকে। যদি নহয় DTO ৰ কাৰ্যালয়ত বহি যাওক আপোনাৰ অধিকাৰ আদায় কৰক। MY WHATSAPP NUMBER 7002382159

Watch অৰাজকতা চলি আছে Driving License পোৱালৈ_দেশৰ বিপৰ্যস্ত অৰ্থনীতি সময়তপৰিবহন বিভাগে অৰাজকতা সৃষ্টি হৈছে With HD Quality.

You may also like

Vlogs Video

Commedy Video